Spread the love

[ad_1]

ওৰাং : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ওদালগুৰি জিলাৰ মৃত্যুঞ্জয় জৰুৰীকালীন ১০৮ সেৱা সষ্টম কৰা হৈছে। যিকোনো আপাতকালীন পৰিস্থিতিত ১০৮ এম্বুলেন্স সেৱা যাতে সময়মতে উপস্থিত হ’ব পাৰে তাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *