Spread the love

তামুলপুৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে—

 

👉 লোকসভা নিৰ্বাচন সম্পৰ্কত আমি অতিশীঘ্ৰে আলোচনা কৰি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম।

 

👉 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে গঢ়াৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি বদ্ধপৰিকৰ।

 

👉 দৰং-ওদালগুৰি লোকসভা সমষ্টিত ৰাইজৰ কাম কৰা, দক্ষ ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত আমি মিত্ৰ দল বিজেপিৰ লগত কথা পাতিম।

 

👉 ৰাইজে বিচৰা ধৰণে, ভাল মানুহকে প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’ব। এই অঞ্চলৰ উন্নতি কৰাৰ লগতে মোদী জিৰ হাতখন শক্তিশালী কৰিব পৰা প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰা হ’ব।

 

👉 সাংসদ নৱ কুমাৰ শৰণীয়াৰ ওপৰতো প্ৰমোদ বড়োৱে মন্তব্য প্ৰকাশ কৰি কয় যে– নৱ কুমাৰ শৰণীয়া যিহেতু বৰ্তমান সাংসদ পদত অধিষ্ঠিত আছে গতিকে GSP ৰ লগত আমি কথা পাতিম।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *