Spread the love

[ad_1]
 

মঙলদৈঃ দৰঙৰ উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ, নামখলা শাখাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে “পুৰণি দিনৰ স্মৃতি“ শীৰ্ষক এলানি অনুষ্ঠান উদযাপিত হয় । অনুষ্ঠানটিত অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাব ধৰা থলুৱা কৃষ্টি-সংস্কৃতি, খেলা-ধূলা আৰু বিভিন্ন সম্পদৰাজি পুনৰুদ্ধাৰৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে মুকলি সভাত উপস্থিত থকা অভ্যাগত সকলে নষ্টালজিক হোৱা পৰিলক্ষিত হয় ৷ পুৰণি দিনৰ থলুৱা খেল-ধেমালিৰ ভিতৰত পাখা খেল, ধাল, খোল গুতি, ধোপ বল, দোবল মুৰি, কৰি খেল ইত্যাদি খেলসমূহ দেখি সৰু ল’ৰা-ছোৱালী, যুৱক-যুৱতী আপ্লুত হয় ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *