Spread the love

[ad_1]

জিলাখনৰ ৩০ গৰাকী প্ৰগতিশীল কৃষক উপস্থিত থকা প্ৰশিক্ষণটিৰ আতঁ ধৰে বৃটিকুৰ কৃষি উন্নয়ন বিষয়া দিক্ষীতা শইকীয়াই৷ বৰ্তমান প্ৰকৃতি সুৰক্ষা, কৃষি ভূমিৰ ধাৰণশীলতা ৰক্ষা, মানৱ স্বাস্থ্যৰ সুৰক্ষা আদি প্ৰত্যাহৱানমূলক বিষয়ৰ বিকল্প সন্ধানৰ ফলশ্ৰুতিত প্ৰাকৃতিক কৃষি প্ৰণালীৰ প্ৰাসংগিকতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ‘প্ৰাকৃতিক কৃষি প্ৰণালী’ বিষয় বস্তু সম্পৰ্কে হোৱা প্ৰশিক্ষণত প্ৰগতিশীল কৃষকক প্ৰাকৃতিক কৃষিৰ প্ৰণালীৰ দ্বাৰা শূন্য ব্যয়েৰে কেনেকৈ অধিক উপকৃত হ’ব পাৰে তাৰ ওপৰত পিপিটি(PPT) ৰ জৰিয়তে সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰে৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *