Spread the love

[ad_1]

  • নগাঁৱত ব্লেডমেনৰ সন্ত্ৰাস।
  • ফিল্পকাৰ্টৰ ডেলিভাৰি বয়ক ব্লেডেৰে আক্ৰমণ।
  • চল্লিশ হাজাৰ টকা লুট দুৰ্বৃত্তৰ দলৰ ।
  • বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
  • ৰফিকুদ্দিন হুছেইন নামৰ ফিল্পকাৰ্টৰ ডেলিভাৰি বয়জনক আক্ৰমণ কৰি লুটি নিয়ে এই ধনৰাশি ।
  • ছয়-সাতজনীয়া দুৰ্বৃত্তৰ দলে চলাই এই আক্ৰমণ ।
  • ডেলিভাৰি বয়জনৰ ঘৰ পানীগাঁৱত
  • ড্ৰাগছ আসক্ত যুৱকে এই আক্ৰমণ চলোৱাৰ অভিযোগ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *