Spread the love

[ad_1]

 বিজেপিয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি তৈয়াৰ কৰিছে এখন পোষ্টাৰ। য’ত ৰাৱণৰ ছবিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেখুওৱা হৈছে। বিজেপিয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টাৰ খনত লিখা আছে – কংগ্ৰেছ দলে প্ৰযোজনা কৰা, নিৰ্দেশনা কৰিছে জৰ্জ চৰ্চ।

লগতে কেপছনত লিখিছে- ”নতুন যুগৰ ৰাৱণ । তেওঁ দুষ্ট। ধৰ্ম বিৰোধী। ৰাম বিৰোধী। তেওঁৰ লক্ষ্য হৈছে ভাৰতক ধ্বংস কৰা”। এই ফটোখনক লৈ এতিয়া কংগ্ৰেছ, বিজেপিৰ মাজত বাক-বিতণ্ডা বৃদ্ধি পাইছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *