Spread the love

নলবাৰীত অনুষ্ঠিত হব লগা প্ৰধানমন্ত্ৰীৰ সভাক লৈ তামুলপুৰত প্ৰস্তুতি বৈঠক।

 

বৈঠকত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰমোদ বড়ো, বিধায়ক জলেন দৈমাৰীৰ লগতে BTR ৰ কেইবাজনো কাৰ্যবাহী সদস্যৰ।

 

অংশগ্ৰহণ কৰিছে তিনিওটা মিত্ৰদলৰ নেতা কৰ্মী।

 

দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিক লৈয়ো মন্ত্যৱ।

 

শেহতীয়াকৈ অখিল গগৈৰ নামাজ প্ৰসংগক লৈয়ো মন্ত্যৱ।

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *