Spread the love

[ad_1]

 নলবাৰীত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল চৰকাৰী বিষয়া। উৎকোচ লৈ হাতে-লোটে ধৰাত পৰে জোখ-মাপ পৰিমাণ নিয়ন্ত্রণ বিভাগৰ বিষয়া নৱ কুমাৰ শৰ্মা। নলবাৰীৰ কলেজ ৰোডৰ মৌচাক হোটেলত টকাৰ লেনদেন কৰি থকা অৱস্থাতে আটক কৰা হয় বিষয়া জনক।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *