Spread the love

নিৰ্বাচনত নিজৰ প্ৰতিক চিহ্ন ট্ৰাক লৈ ভোট দিবলৈ যোৱাৰ পৰিকল্পনা নিৰ্দলীয় প্ৰাৰ্থী দানিয়েল মাৰ্ডিৰ।

  অবড়ো সুৰক্ষা সমিতিৰ পৰা দানিয়েল মাৰ্ডিক প্ৰক্ষেপ কৰিছিল যদিও পিছত প্ৰতাৰণা কৰি কংগ্ৰেছ দলক সমৰ্থন অবড়ো সুৰক্ষা সমিতিৰ।

        নিৰ্বাচনত জয়ী হলে দৰং-ওদালগুৰি লোকসভা সমষ্টিত ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰাৰ্থী গৰাকীৰ।

     কংগ্ৰেছ, বিজেপিক দুৰ্ণীতিগ্ৰস্ত দল বুলি অভিযোগ উত্থাপন কৰি তামুলপুৰত আজি নিৰ্দলীয় প্ৰাৰ্থী দানিয়েল মাৰ্ডিয়ে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ৰাইজক ট্ৰাকৰ ছবিত ভোট দিবলৈ আহ্বান।

অবড়ো সুৰক্ষা সমিতিয়ে সমূলঞ্চে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰাৰ্থী গৰাকীক ৰাইজে আঁদৰি লব বুলিও আশা প্ৰকাশ কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *