Spread the love

[ad_1]

  • কংগ্ৰেছ দলৰ সকলো বেংক একাউণ্ট ফ্ৰীজড
  • আয়কৰ বিভাগে লেন দেন বন্ধ কৰিলে দলীয় একাউণ্টৰ
  • লগে লগে কংগ্ৰেছ দলৰ প্ৰতিক্ৰিয়া…

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত সনা আয়কৰ বিভাগৰ এই কাৰ্যক লৈ তল পৰ কংগ্ৰেছৰ মজিয়া… যুৱ কংগ্ৰেছৰ একাউণ্টসহ চাৰিটা একাউণ্টত চকু আয়কৰ বিভাগৰ…

অভিযোগ মতে, ২১০ কোটি টকা কৰ অনাদায়ৰ তথ্য লৈ আয়কৰ বিভাগে কংগ্ৰেছ দলৰ ৪ টাকৈ বেংক একাউণ্ট ফ্ৰীজড কৰিছে। তাৰ পাছতেই প্ৰতিবাদ মুখি কংগ্ৰেছৰ বৃত্তিয় কোষৰ অধ্যক্ষ অজয় মাকে….

দেশৰ প্ৰান্তে প্ৰান্তে যুৱ কংগ্ৰেছৰ উত্ৰাল প্ৰতিবাদ… চৰকাৰ বিৰুধি ধনি দি উত্ৰাল প্ৰতিৱাদি কাৰ্যসূচী যুৱ কংগ্ৰেছে… যুৱ কংগ্ৰেছৰ প্ৰশ্নঃ লোকসভা নিৰ্বাচনৰ দুসপ্তাহ পূৰ্বে কিয় এই তৎপৰতা?

  •  

কিমান টকা আছে কংগ্ৰেছৰ ফ্ৰীজড হোৱা এই একাউণ্ট সমোহত?

~ তথ্য মতে ১১৫ কোটি টকা আছে কংগ্ৰেছৰ এই চাৰিটা বেং একাউণ্টত

এতিয়া বিজেপি বিৰুদ্ধে আঙুলি টোঁৱাই অভিযোগ কংগ্ৰেছৰঃ দেশত গণতন্ত্ৰ হত্যাৰ চেষ্টাৰ অভিযোগ আনি কংগ্ৰেছ সৰৱ হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। বিজেপিক ৰঙা দলিচা দি কংগ্ৰেছক ৰঙা চকু কিয়? প্ৰশ্ন কংগ্ৰেছৰ বিভিন্ন নেতাৰ…

পিছে যুৱ কংগ্ৰেছৰ উত্ৰাল প্ৰতিবাদৰ মাজতেই এটা সু খবৰ….. ইনকাম টেক্স ট্ৰিবিউনেলে দিলে কংগ্ৰেছক সাময়িক সকাহ.. কংগ্ৰেছে ব্যৱহাৰ কৰিব পাৰিব ফ্ৰীজড হোৱা বেংক একাউণ্ট… অবশ্যে বুধবাৰে এই বিষয়ক লৈ সুনানি অনুষ্টিত হ’ব ট্ৰিবিউনেলত…

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *