Spread the love

[ad_1]

  • চতিয়াৰ গেৰেকীত ১৫নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
  • দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাতো।
  • নিয়ন্ত্রণ হেৰুৱাই পদপথৰ দোকানত সোমাল এখন ছুইফট।
  • দুৰ্ঘটনাত নিহত ছুনু ঘাটোৱাৰ নামৰ এটি শিশু।
  • প্ৰথমে শিশুটিক আহত অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল ।
  • চিকিৎ‍সালয়ত মৃত ঘোষণা শিশুটিক।
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নং- AS01 DV 6451।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *