Spread the love

পদুলিমুখত হেপাঁহৰ ৰঙালী ৰঙালী বিহুক আঁদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া।

মান্তৰালভাৱে বড়ো জনগোষ্ঠীৰ লোকসকলেও সম্পূৰ্ণ সাজু হৈ পৰিছে তেওঁলোকৰ ৰংজালী বৈশাগুক আঁদৰিবলৈ।

আলাৰি আৰোন হাৰিমু আফাদ, তামুলপুৰ নামৰ বড়ো জনগোষ্ঠীয় দলটোৱেও আগন্তুক ৰংজালী বৈশাগু (ৰঙালী বিহু)ক আঁদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত।

তামুলপুৰ জিলা সদৰত আলাৰি আৰোন হাৰিমু আফাদ, তামুলপুৰে এনেদৰে নিৰন্তৰ ভাৱে চলাই গৈছে ৰংজালী বৈশাগুৰ প্ৰস্তুতি।

ইয়াৰ পূৰ্বে সমগ্ৰ অসমৰ লগতে দিল্লী, মোম্বাই, চেন্নাই আদি বহিঃৰাজ্যতো ইতিমধ্যে কে’বাবাৰো অনুষ্ঠান পৰিবেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে উক্ত আলাৰি আৰোন হাৰিমু আফাদ, তামুলপুৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *