Spread the love

পুণৰ বহিঃৰাজ্যত মৃত্যু তামুলপুৰৰ এজন লোকৰ ৷

 

মৃত লোকজন তামুলপুৰ জিলা বাৰেইগাঁওৰ খগেন বড়ো( ৪৮ ) ৷

জানিব পৰা মতে যোৱা

২০ ছেপ্টেম্বৰত আন কেইবাগৰাকী বন্ধুৰ সৈতে বহিঃৰাজ্য ৰাজস্থানলৈ কৰ্মসংস্থাপনৰ বাবে ৰেলেৰে গৈছিল । ৰেলযোগে ৰাজস্থানত গৈ থকা অৱস্থাত মহাৰাষ্ট্ৰৰ নাচিকত মৃতুমুখত পৰে খগেন বড়ো নামৰ লোকজন।

পৰিয়ালৰ লোকে গৈ থাকোঁতে কেইবাৰো ফোন কৰিছিল যদিও কোনো উত্তৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে। 

মহাৰাষ্ট্ৰ আৰক্ষীয়ে পৰিয়ালৰ লোকক ফোনযোগে ঘটনাৰ খৱৰ দিয়ে।

কেনেকৈ মৃত্যু হল জানিব পৰা নাই পৰিয়ালৰ লোকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *