Spread the love

প্ৰেম লিলা কৰিবলৈ গৈ Assam talks ৰ গহপুৰৰ সাংবাদিকে মুন গগৈয়ে লপা থপা খালে মহিলাৰ,,

গহপুৰ চেঙাইগাওঁৰ নিৰ্বাসী মহিলা শিবানী নামাৰ মহিলাগৰাকীৰ লগত স্বামী নথকাৰ সুবিধা লৈ বিগত তিনি বছৰৰ পৰা চলি আহিছিল অবৈধ প্ৰেমলীলা,,,

শিবানী নামৰ বিতৰ্কিত মহিলাগৰাকীৰ স্বামী কৰ্ম সূত্ৰে অৰুণাচলত থাকে

দেওবাৰে আবেলি মুনগগৈয়ে প্ৰেম নিবেদন শিবানীক কৰিবলৈ গৈ দাতীকাষৰীয়া মহিলাৰ লগত তৰ্ক বিতৰ্কিত হোৱাত উৰহী গছৰ ওৰ ওলাই পৰিল,,,,
গাৱৰ একাংশ ৰাইজে উক্ত মহিলাৰ লগত অবৈধ সম্পৰ্কৰ থকা Assam talks ৰ সাংবাদিক মুন গগৈক ঘেৰাও কৰি বিভিন্ন প্ৰশ্ন কৰে,,,

অবশেষত গহপুৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ সম্পূৰ্ণ ঘটনাটো বুজ লৈ সাংবাদিক মুনগগৈক আৰক্ষীৰ লগত লৈ আহিল,,


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *