Spread the love

[ad_1]

ডিব্ৰুগড়: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ডিব্ৰুগড়ত ‘স্বচ্ছতাহি সেৱা’ অভিযানৰ নেতৃত্ব দিয়ে। গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত আজি সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে এক ঘণ্টাৰ স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ হৈছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *