Spread the love

 

পৰ্বতঝোৰাৰ বগৰীবাৰী ঐতিহাসিক ২৫ হাত কালি কালি মন্দিৰত ৪৭ সংখ্যক বাৰ্ষিক কালি পূজা আৰু মেলাৰ ব্যাপক আয়োজন।

 

কালি মন্দিৰ চৌহদৰ পৰা বিশাল শোভাযাত্ৰা কৰি শক্তিপীঠ মা মহামায়া স্নানঘাট মন্দিৰৰ নদীৰ পৰা পানী সংগ্ৰহ পূজাৰ বাবে। 

 

এই বিশাল শোভা যাত্ৰাৰ মুকলি কৰে বি টি চিৰ প্ৰাক্তন উপ মুখ্য কাৰ্য্যবাহী সদস্য তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী খাম্পা বৰগঞাৰী।লগত সংগ দিয়ে পৰ্বতঝোৰা সমষ্টিৰ পাৰিষদ মুন মুন ব্ৰহ্ম।

 

৪৭ তম এই বাৰ্ষিক পূজা অনুষ্ঠানত মাৰ আশীষ লয় পৰ্বতঝোৰাৰ MCLA মুন মুন ব্ৰহ্ম, লগতে কোকৰাঝাৰ লোক সভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী খাম্পা বৰগঞাৰী।

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *