Spread the love

 

বঙালী সম্প্ৰদায় লোক সকলে চ’ত মাহৰ ৩o তাৰিখে প্ৰতিবছৰে পালন কৰি আহিছে চড়ক পুজা।

 

#বাক্সাৰ বৰমাৰ মুৰমেলাত অনুষ্ঠিত চড়ক পূজাৰ শিহৰনকাৰী দৃশ্য#

 

#এই পুজাত বৰশীৰে পিঠিত বিন্দাই পৰম্পৰাগত ভাৱে কৰি অহা খেল পৰিৱেশন কৰা হয়#

 

#কেইবাটাও অদ্ভুত খেল পৰিৱেশ কৰি উপস্থিত সহস্ৰাধিক ৰাইজক আমোদ দিয়ে#

 

#প্ৰায় ৭৪ বছৰ ধৰি চলি থকা চড়ক পুজা অনুষ্ঠানৰ জৰিয়তে দেওধনি দিয়া লোকসকলক সেৱাও জনায় উপস্থিত লোক সকলে#

 

#সম্পূৰ্ণ ন-দিন ধৰি শিৱক পূজা আৰাধনা কৰাৰ অন্তত আজি বঙালী সম্প্ৰদায়ৰ লোকসকলে চড়ক পূজা পালন কৰে#

 

#হেজাৰ হেজাৰ ভক্তৰে ভৰি পৰে চড়ক পূজাস্থলী#


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *