Spread the love

বড়োলেণ্ড ছহিদ সোঁৱৰণী ফুটবল সোনাপুৰ বিজয়ী ।

 

 

২৭ছেপ্টেম্বৰ :–

তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী পাটকিজুলি মাইনাও ক্লাৱ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে ৩০ তম বড়োলেণ্ড ছহিদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলত সোনাপুৰ

কে এম চি এফচিয়ে ১–০ গলত ওডালগুৰী কবিৰআলী এডভাইচাৰ এফচিক পৰাজিত কৰি পৰবৰ্তী ৰাউণ্ডত সোনাপুৰে প্ৰৱেশ কৰে । খেলখন পৰিচালনা কৰে বৈহেশ্বৰ বড়োবে আৰু লাইনত সহায় কৰে হিৰেন বৰ্মন আৰু কল্যাণ বৰুৱাই । অহাকালিৰ খেল সালবাৰী ৰেবেল এফচি বনাম শ্ৰীৰামপুৰ মৰ্নিঙষ্টাৰ এফচি ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *