Football games
Spread the love

বড়োলেণ্ড শ্বহীদ সোঁৱৰণী ফুটবলত ফাইনেলত কামৰূপা এফছি (বকো ) ।

তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী পাটকিজুলি মাইনাও ক্লাৱ ষ্টেডিয়ামত চলি থকা ৩০ তম বড়োলেণ্ড শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজিৰ এখন ছেমিফাইনেল খেলত

বকো কামৰূপা এফচিয়ে সালবাৰী ৰেবেলচ এফচিক চি ক ১–০ গলত পৰাজিত কৰি বকো এফচিয়ে ফাইনেলত প্ৰবেশ কৰে ।

অহা ৮ অক্টোবৰত চিলং আৰু বকো এফচিৰ মাজত ফাইনেল খেলখন অনুস্থিত হব ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *