Spread the love

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত বিটিচি চৰকাৰে আৰম্ভ কৰিছিল বডোফা Super 50

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বডোফা Super50 ৰ সফলতা।

মিচন Super50 জড়িয়তে APSC, UPSC, JEE, NEET আদি পৰীক্ষাৰ বাবে নিৰ্বাচিত ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিটিচি চৰকাৰে দায়িত্ব গ্ৰহণ কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ (Coaching)ৰ দিহা কৰিছিল।

প্ৰথম বৰ্ষৰ বডোফা Super50 ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৪৮ গৰাকীয়ে NEET ত সফলাতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়।

এই সফলতাত উৎফুল্লিত হৈ আজি তামুলপুৰত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে—-

এই সফলতাত বিটিআৰত শান্তি সম্প্ৰীতিৰ লগতে শিক্ষাৰ ক্ষেত্ৰত এক অনুৰূপ বাতাবৰণৰ সৃষ্টি হৈছে।

সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা সকলক ধন্যবাদ জ্ঞাপন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।

বডোফা Super50 কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইউপিএছচি প্ৰাৰম্ভিক (UPSC Prelmils) পৰীক্ষাত সফলতা অৰ্জন কৰাৰ কথা উল্লেখ বিটিআৰ প্ৰধান গৰাকীৰ।

আনহাতে…
*আগন্তুক এক ডেৰ মাহৰ ভিতৰত তামুলপুৰত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শিক্ষাৰ শিক্ষকৰ অভাৱ দুৰ কৰাৰ লগতে তামুলপুৰত অতিশীঘ্ৰে এখন বিজ্ঞান শিক্ষাৰ ডিগ্ৰী কলেজ স্থাপন কৰা হব বুলিও উল্লেখ কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে।*Story

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত বিটিচি চৰকাৰে আৰম্ভ কৰিছিল বডোফা Super 50

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বডোফা Super50 ৰ সফলতা।

মিচন Super50 জড়িয়তে APSC, UPSC, JEE, NEET আদি পৰীক্ষাৰ বাবে নিৰ্বাচিত ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিটিচি চৰকাৰে দায়িত্ব গ্ৰহণ কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ (Coaching)ৰ দিহা কৰিছিল।

প্ৰথম বৰ্ষৰ বডোফা Super50 ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৪৮ গৰাকীয়ে NEET ত সফলাতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়।

এই সফলতাত উৎফুল্লিত হৈ আজি তামুলপুৰত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে—-

এই সফলতাত বিটিআৰত শান্তি সম্প্ৰীতিৰ লগতে শিক্ষাৰ ক্ষেত্ৰত এক অনুৰূপ বাতাবৰণৰ সৃষ্টি হৈছে।

সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা সকলক ধন্যবাদ জ্ঞাপন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।

বডোফা Super50 কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইউপিএছচি প্ৰাৰম্ভিক (UPSC Prelmils) পৰীক্ষাত সফলতা অৰ্জন কৰাৰ কথা উল্লেখ বিটিআৰ প্ৰধান গৰাকীৰ।

আনহাতে…
*আগন্তুক এক ডেৰ মাহৰ ভিতৰত তামুলপুৰত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শিক্ষাৰ শিক্ষকৰ অভাৱ দুৰ কৰাৰ লগতে তামুলপুৰত অতিশীঘ্ৰে এখন বিজ্ঞান শিক্ষাৰ ডিগ্ৰী কলেজ স্থাপন কৰা হব বুলিও উল্লেখ কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *