Spread the love

বাক্সাৰ শালবাৰীৰ সমীপৰ হলংবাৰী বজাৰত কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাস

 

#বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ ৰণজিৎ কুমাৰ দাসৰ#

 

#অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলায় ৰণজিৎ কুমাৰ দাসে#

 

#তেওঁলোকে এইবাৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ভোট লাভ কৰিব বুলি আশাবাদী#

 

#চিপিআইএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক সমালোচনা ৰণজিৎ কুমাৰ দাসৰ। ইয়াতে চিপিআইএম নাই। কংগ্ৰেছৰ লগতহে আমাৰ কণ্টেষ্ট হ’ব#

 

#বৰপেটা লোকসভা সমষ্টিত চিপিআইএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৫০ হাজাৰতকৈ কম ভোট লাভ কৰিব#

 

#বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে প্ৰায় ৩ লাখতকৈ অধিক ভোটত জয়লাভ কৰিব বুলি দাবী মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ#

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *