Spread the love

বিজ্ঞান শাখাত এশ শতাংশৰে উজ্বলিল গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

গোৰেশ্বৰ-৯মেঃ

‘বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্নৰে উজ্বলিল গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।

বিদ্যালয়খনৰ ১৫টাকৈ শিক্ষকৰ পদ খালি হৈ আছে যদিও ফলাফলত আমি সফল হৈছোঁ ৷

চৰকাৰে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত গুৰুত্ব দিয়াতো দৰকাৰ ৷

ফলাফলত সুখী বুলি মন্তব্য গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ বিশ্বজিৎ ডেকাৰ ।

তামুলপুৰ জিলাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এশ শতাংশ উত্তীৰ্নৰে সুনাম কঢ়িয়াই আনিছে গোৰেশ্বৰলৈ ।আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সাফল্যৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হয় ৷বিদ্যালয়খনৰ ১৫টাকৈ শিক্ষকৰ পদ খালি হৈ আছে যদিও ফলাফলত আমি সফল হৈছোঁ বুলি গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ ডেকাই জানিব দিয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *