Spread the love

[ad_1]

 ঢকুৱাখনা : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সনা এক নির্লজ ঘটনা পোহৰলৈ আহিছে ঢকুৱাখনাত । চৰকাৰী বেতনে উদৰ পূৰণ নোহোৱা এগৰাকী প্ৰধান শিক্ষকে এইবাৰ বিদ্যাৰ্থীৰ বিপৰীতে আবন্তিত পুঁজি কুক্ষীগত কৰাৰ তথ্য পোহৰলৈ আহিছে ঢকুৱাখনা শিক্ষা খণ্ডত ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *