Spread the love

[ad_1]

 তিতাবৰঃ বীৰ লাচিত সেনা অসমৰ তিতাবৰ সমষ্টি আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে বেকাজানত এখন পূৰ্ণাংগ শাখা সমিতি গঠন কৰা হয়। স্থানীয় যুৱক দিপাংকৰ দত্তই আঁত ধৰা এখন সভাত সভাপতিত্ব কৰে বীৰ লাচিত সেনা অসমৰ তিতাবৰ সমষ্টি আঞ্চলিক সমিতিৰ সভাপতি চানী ৰাজখোৱাই।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *