Spread the love

[ad_1]

বেবেজীয়া : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ ৬৩ সংখ্যক শিশু-যুৱ আৰু আইমাতৃ সমাৰোহ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে টোকোলাইৰ শংকৰ-মাধৱ নামঘৰত অনুষ্ঠিত হৈ যায়। খাটগুৰি, বিষ্ণুজ্যোতি,হৰিদাস, নামধৰ্ম, সূৰ্যবৰ, শ্ৰীমন্ত বিৰহ বেবেজীয়া,গোপালদেৱ প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত এই শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত দিহানাম,থিয়নাম, বৰগীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *