Spread the love

[ad_1]

 ছয়দুৱাৰ : বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ তৎপৰতাৰ বাবে গহপুৰৰ বৰঙাবাৰীৰ পৰা শনিবাৰে নিশা চুৰি হোৱা এখন টাটা যোদ্ধা মালবাহী গাড়ী(এএছ ১২ চি চি ২৫১৪) দেওবাৰে পুৱা উদ্ধাৰ কৰা হয়। কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰ সীমান্তৰ সমীপত বাহনখন উদ্ধাৰ কৰা হয়।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *