Spread the love

*বৰপেটাত AIUDF দলৰ গৰা- খহনীয়া*

👉AIUDFৰ প্ৰতিষ্ঠাপক নেতা তথা AIUDFৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইলিমউদ্দিন দেৱানৰো কংগ্ৰেছত যোগদান ৷
ইলিমউদ্দিন দেৱানে ২০১১ চনত চেঙাৰ পৰা AIUDF প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ৷

বিজেপি আৰু AIUDFৰ নেতাকৰ্মীসকলক কংগ্ৰেছলৈ আদৰণি জনায় ইলিমউদ্দিন দেৱান ।

বাইট:ইলিমউদ্দিন দেৱান।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *