Spread the love

বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভা।

হেলিকপ্টাৰে নিৰ্বাচনী প্ৰচাৰ চলাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক নাজিম জাবেদ , সৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ বৰপেটা সমষ্টিৰ বিধায়ক আব্দৰ ৰহিম আহমেদে

সৰভোগৰ বগুৰীগুৰিত হেলিকপ্টাৰে সভা অনুষ্ঠিত কৰে কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা । কংগ্ৰেছ দলৰ বাঘা বাঘা নেতাসকলে উপস্থিত হৈ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ।প্ৰায় বিছ হাজাৰ মানুহ উপস্থিত আছিল বুলি দ্বীপ বায়নে জানিব দিয়ে।

বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দ্বীপ বায়নে নিৰ্বাচনী সভা সামৰি সৰভোগত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ বাক্যৰে সমালোচনা কৰে ।

বৰপেটা লোকসভাৰ প্ৰাৰ্থী দ্বীপ বায়নে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ ওচৰত সেৱা লোৱাক বিতৰ্কত পৰিণত হৈছে। এই বিষয়লৈ বিতৰ্কত যোৱাৰ কোনো প্ৰয়োজন নাই ।

এইবাৰ সমষ্টিবাসী ৰাইজে কংগ্ৰেছ দলক আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে দ্বীপ বায়নে জয়লাভ কৰিব বুলি জানিব দিয়ে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *