Spread the love

 

মহানগৰীৰ নৰকাসুৰত গ্ৰেপ্তাৰ গাঞ্জাৰ সৰবাহকাৰী।

ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাঞ্জা সৰবৰাহকাৰী ওম কৃষ্ণ কৰক।

গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীৰ পৰা জব্দ কৰে নগদ ১লক্ষ ৩০ হাজাৰ টকা,মোৱাইলফোন ৬ কেজি গাঞ্জা।

দীৰ্ঘদিনৰ পৰা মহানগৰীৰ কাহিলীপাৰাত চলাইছিল গাঞ্জাৰ বেহা।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed