Spread the love

[ad_1]

ইফালে বি এছ এফৰ ৪৫ বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাডেণ্ট এম কে টি স্মিথে জানিবলৈ দিয়ামতে বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বিগত বিত্তীয় বৰ্ষ আৰু চলিত বিত্তীয় বৰ্ষত সীমান্তত বাস কৰা ৰাইজৰ বাবে কেবাটাও বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল। য’ত শিশু, মহিলা, বয়োজেষ্ঠ্য লোককে ধৰি প্ৰায় ১,৫০০ জনে শিবিৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ লাভ কৰিছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *