Spread the love

[ad_1]

বেকাজানঃ মিজোৰামৰ ভাৰত-ম্যানমাৰ সীমান্তত ম্যানমাৰৰ সামৰিক বাহিনীয়ে মঙলবাৰে শ্বিনলেণ্ড গণতন্ত্ৰ সমৰ্থক  প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে চলোৱা বিমান আক্ৰমণৰ ফলত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে। বিমান আক্ৰমণৰ পৰা হাত সাৰিবলৈ প্ৰায় ৪ হেজাৰ লোকে মিজোৰামলৈ পলায়ন কৰিছে। আনহাতে বিদ্ৰোহীসকল ভাৰতত প্ৰৱেশ কৰা সম্ভাৱনা প্ৰতি লক্ষ্য ৰাখি মিজোৰামৰ চাম্পাই জিলা ৰেড এলাৰ্টত জাৰি কৰা হৈছে ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *