Spread the love

[ad_1]

মঙলদৈ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিজয়া দশমী উপলক্ষ্যে মঙলদৈতো প্ৰতিমা বিসৰ্জন আৰু ৰাৱণ দাহ পৰ্ব অনুষ্ঠিত কৰা হয়। মঙলদৈ চহৰৰ প্ৰায় ৩০ খন দুৰ্গা পূজা সমিতিৰ উপৰি দাঁতি-কাষৰীয়া অঞ্চলৰ পৰা অনা প্ৰায় অৰ্ধশতাধিক দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়ে মঙলদৈ নদীৰ বিসৰ্জন ঘাটত ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *