Spread the love

[ad_1]

মঙলদৈ: মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে মঙলদৈ ৰামহৰিত দৰং জিলা কোচ ৰাজবংশী যুৱ সন্মিলনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। দুদিন পূৰ্বে বিজেপিৰ এখন দলীয় সভাত কোচ ৰাজবংশী নেতা, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰনৱ নাৰায়ন দেৱক সংসদ দিলীপ শইকীয়াই অপদস্ত কৰা আৰু সভাপতিগৰাকীৰ বিৰুদ্ধে কটু মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী যুৱ সন্মিলনীয়ে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *