Spread the love

[ad_1]

 পুনৰ মণিপুৰত প্ৰাণ হেৰুৱালে দুই নাগৰিকে। পি টি আইত প্ৰকাশিত খবৰ অনুসৰি সোমবাৰে সংঘটিত হোৱা এক হিংসাত্মক ঘটনাত এই দুই লোকে হেৰুৱালে প্ৰাণ।

উল্লেখ্য যে, সুদীৰ্ঘদিন ধৰি মেইটেই আৰু কুকিসকলৰ মাজত অব্যাহত থকা গোষ্ঠীগত সংঘৰ্ষৰ ফলত প্ৰায় প্ৰতিদিনেই অব্যাহত আছে সংঘৰ্ষ। সোমবাৰেও দুই গোটৰ মাজত সংঘটিত হয় এনে এক সংঘৰ্ষ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *