Spread the love

[ad_1]

গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হ’ল পাওমিনলুন হাওকিপ, মালচাৱন হাওকিপ, লিংনেইচোং বাইটে আৰু টিনিখোল। ইয়াৰে লিংনেইচোং বাইটে নামৰ অভিযুক্তজন মৃত ছাত্ৰীগৰাকীৰ বন্ধু আছিল বুলি জানিব পৰা গৈছে। অভিযুক্তকেইজনক মণিপুৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ এটা ইউনিটে এক যুটীয়া অভিযানত ইম্ফলৰ পৰা ৫১ কিলোমিটাৰ দূৰৈৰ পাহাৰীয়া জিলা চুৰাচান্দপুৰৰ পৰা আটক কৰে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *