Spread the love

[ad_1]

ভগদত্তপুৰৰ শিশু নিৰ্যাতনৰ ঘটনাৰে জড়িতক গ্রেপ্তাৰ।

আৰক্ষীয়ে গ্রেপ্তাৰ কৰে প্রেমভদ্র হাছানুক।

দিছপুৰ আৰু ভগদত্তপুৰ আৰক্ষীয়ে শনিবাৰে নিশা গ্রেপ্তাৰ কৰে লোকজনক।

  • প্রেমভদ্র হাছানু আৰু চাবিনা লাংথাছাই নিৰ্যাতন চলাইছিল ভুক্তভোগী শিশুটিক।
  • শিশুটিক নিৰ্যাতনৰ চলোৱাৰ তথ্য প্রমাণিত হৈছে স্বাস্থ্য পৰীক্ষাত।
  • ভগদত্তপুৰ থানাত নিৰ্যাতনকাৰী দম্পতীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।
  • উক্ত গোচৰৰ ভিত্তিতেই গ্রেপ্তাৰ হয় দম্পতীটো।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *