Spread the love

[ad_1]

 গুৱাহাটীঃ ৩দিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰে পৰা গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হয় শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত প্ৰথম প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। “শিপাৰ সন্ধানত” মূল মন্ত্ৰৰে আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মিলিন্দ সুধাকৰ মাৰাঠে, পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিক্ষাবিদ লীল বাহাদুৰ ছেত্ৰী, প্ৰখ্যাত সাংবাদিক ৰুবিকা লিয়াকত, বিশিষ্ট কোংকনী সাহিত্যিক ভূষণ ভাবে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° অন্সু যোশীসহ কেবাগৰাকীও গণ্যমান্য ব্যক্তি।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *