Spread the love

 

 

মহানগৰীৰ ভিন্ন প্ৰান্তত চুৰি কৰা দুই গোভাইড চোৰক গ্ৰেপ্তাৰ কৰে ভগদত্তপুৰ আৰক্ষীয়ে।

 

 

দুই চোৰৰ নাম ইন্দ্ৰজিৎ মেধি, আৰু চুমন ডেকা।

 

দুই চোৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৬ টা চিলিণ্ডাৰ এটা লেপটপ, ৩ টা মোৱাইলফোন,চুৰি কাৰ্যত ব্যবহৃত AS01FK8781 নম্বৰৰ পালচাৰ বাহন, লগতে জব্দ কৰে, স্ক্ৰু ড্ৰাইভাৰ, প্লাছ, চেলাই ৰেঞ্চকে ধৰি বহু সামগ্ৰী।

 

 

ভগদত্তপুৰ অঞ্চলৰ বহু লোকৰ ঘৰত হৈছিল চুৰি সেই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ দুই চোৰ


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *