Spread the love

মাদ্ৰক দ্ৰব্য বিৰুদ্ধে মাৰ্ঘেৰিটা কেটেটঙত পদযাত্ৰা আৰু সজাগতা সভা‌।

 

 

কেটেতং গাওঁ পঞ্চায়তৰ অন্তৰ্গত আত্ম সহায়ক গোট আৰু গাওঁৰক্ষী বাহিনীৰ উদ্যোগত প্ৰথমে পদযাত্ৰা।পদযাত্ৰাত অসামাজিক কাৰ্য্যকলাপ তথা সামাজিক ব্যাধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান মহিলাসকলৰ। পিছত ইনাও মহাউ গোহাঁই সভাপতিত্বত কেটেটং ৰঙ্গমঞ্চত অনুষ্ঠিত হয় এখন সজাগতা সভা।কেটেতং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পাৱৈ বনগাওঁ উপঃস্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এম পি ডাব্লিউ সঞ্জীৱ দত্ত সমল ব্যক্তি হিচাবে উপস্থিত থাকি মাদ্ৰক দ্ৰব্য সেৱনৰ অপকাৰিতা বিষয়ত ভাষণ প্ৰদান কৰে।আত্ম সহায়ক গোটৰ কমিউনিটি ৰি’চছ পাৰ্ছন ভাৰতী গগৈ, কেটেতঙস্থিত দিক দৰ্শন নিচামুক্তি কেন্দ্ৰ জওম গুদুং,কেটেতং গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁ প্ৰধানসকল,গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকল, আত্মাসহায়ক গোটৰ শতাধিক মহিলা উপস্থিত থাকে।*


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *