Spread the love

মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত ৪১সংখ্যক বহাগী উৎসৱ।

 

 

মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত ব’হাগী উৎসৱৰ আজি ৰাতিপুৱা বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।*

 

*শ্বহীদ তৰ্পণ,শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ। সমাৰোহ উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী দিগাংগনা বৰাই।*

 

*বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশ গ্ৰহণেৰে বিহু থলী হৈ পৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *