Spread the love

[ad_1]

সাম্প্ৰতিক সময়ত ড্ৰাগছৰ ভয়াৱহতা, কুলাংগাৰ পুত্ৰৰ নিদাৰুণ বাস্তৱ ছবি আৰু কন্যাৰ বিলাসী জীৱনৰ হাবিয়াসৰ বাস্তৱ ছৱিখন “অৰ্ধাঙ্গিনী” নাটখনৰে দাঙি ধৰি পুত্ৰ-কন্যালৈ একপ্ৰকাৰ সকিয়নিমূলক বাৰ্তা প্ৰেৰণ কৰে ৷ প্ৰস্তুতি পৰাশৰ, সঞ্জীৱ শৰ্মা, অৰুণ বৰাৰ দুৰ্দান্ত অভিনয়ে দৰ্শক-ৰাইজৰ মাজত আলোড়ন সৃষ্টি কৰি অৰ্ধাঙ্গিনীয়ে সমাজত ইতিবাচক বাৰ্তা বহন কৰা কাৰ্য্যত দৰ্শকে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই নাট্য গোষ্ঠীটোলৈ উৎসাহ যোগোৱা পৰিলক্ষিত হয় ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *