Football games
Spread the love

[ad_1]

 দৌলাশালঃ অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চতুৰ্থ বাৰ্ষিক প্ৰয়াত প্ৰসন্ন কুমাৰ কলিতা আৰু প্ৰয়াত চফিউৰ ৰহমান (হিৰো) সোঁৱৰণি প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত শুকুৰবাৰে চেঙা আঞ্চলিক স্পোৰ্টচ একেডেমীয়ে ঘোগা এফচিক পৰাস্ত কৰে ৷ সোণাপুৰ প্ৰগতি যুৱ ক্লাৱৰ উদ্যোগত আৰু মুগদি সোণাপুৰ গাঁও উন্নয়ন সমিতিৰ সহযোগত মুগদি-সোণাপুৰ ৰাজহুৱা খেলপথাৰত ২৬ ছেপ্টেম্বৰৰ পৰা চলি থকা টুৰ্ণামেণ্টৰ দ্বিতীয়খন খেলত চেঙা আঞ্চলিক স্পোৰ্টচ একেডেমীয়ে ঘোগা এফচিক ৩-১ গ’লত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত উপনীত হৈছে ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *