Spread the love

*শিৱসাগৰ চহৰৰ বাবুপট্টিত নিশা চুৰি কাণ্ড।কেইবা লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি।*

 

 

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বাবুপট্টিৰ ৰাজু আহমেদৰ বাসগৃহত কালি নিশা প্ৰায় ২:৩০মান বজাত চোৰে চোৰি কাণ্ড কৰি ।

লগতে নগত ধন,আৰু,সোণৰ আঙুঠি,লগতে ৪-৫ পাত খাৰু,লগতে

এযোৰ সোণৰ বালা চোৰে চুৰ কৰি নিয়ে।

 

ঘৰৰ গৰাকিয়ে চুৰিকাণ্ডৰ বিষয়ে অৱগত হোৱাত তাৰ পূৰ্বেই চোৰে চুৰি কাণ্ড কৰি ঘৰৰ পৰা পলায়ন কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *