Spread the love

[ad_1]

 সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত ফাউণ্ডেচনে অহা ১৭ ডিচেম্বৰ,২০২৩ত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আন্তঃগোষ্ঠীয় সাংস্কৃতিক অনুশীলনৰ এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ প্ৰস্তুতি হিচাপে বিটিএডি,মাজুলী আৰু গুৱাহাটীত বিগত কেইবামাহ ধৰি পূৰ্ণগতিত অনুশীলন চলি থকাৰ কথা উদ্যোক্তাই জনায়।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *