Spread the love

[ad_1]

লামডিং : প্ৰতিকূল বতৰকো নেওচি শুকুৰবাৰে লামডিং ৰেলৱে জংচনত হঠাৎ আহিল ৰেলৱে বিষয়াৰ এটা পৰিদৰ্শনৰ দল। ষট্ পূজাৰ উপলক্ষে আজি সন্ধিয়া লামডিং ৰেলৱে ষ্টেচনৰ পৰিদৰ্শন কৰিবলৈ ৰেলৱে মণ্ডলীক প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰ, জেষ্ঠ্য মণ্ডলীক বাণিজ্যিক প্ৰবন্ধক কপিঞ্জল কিশোৰ শৰ্মা,চিনিয়ৰ ডি এম ই সুলভ বিষ্ট, সহ আৰ পি এফ সহকাৰী আৰক্ষী অধীক্ষক গৰাকী তথা আৰক্ষী প্ৰশাসন উপস্থিত হয়হি।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *