Spread the love

[ad_1]

সভাত খণ্ড সমল ব্যক্তি সকলৰ বাবে কেন্দ্ৰীয় ভাবে পুঁজি আবণ্টনৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপনৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ খণ্ড সমল ব্যক্তি সকলক একত্ৰিত কৰি অহা ১১ নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ দিনা এখন সভা অনুষ্ঠিত কৰি এখন ‘সমন্বয়ক সমিতি’ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাতেই ৬২ সংখ্যক শিক্ষক দিৱস উপলক্ষত কৃতী শিক্ষকৰ বঁটা লাভ কৰা খণ্ড সমল ব্যক্তি ক্ৰমে শোণিতপুৰৰ প্ৰণিতা মেধি, বৰপেটাৰ চন্দন কুমাৰ দাস, ২০২০-২১ বৰ্ষত জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰা খণ্ড সমল ব্যক্তি কামৰূপ(গ্ৰাম্য)ৰ জেপুলিন দাসক গামোচা, এটি স্মাৰক আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *