Spread the love

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তামুলপুৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন।

 

 

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ প্ৰতিবাদ আৰু হ্ৰাস কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, তামুলপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী কাম নাই আদি শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কপাই তোলে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *