Spread the love

[ad_1]

কোকৰাঝাৰঃ কোকৰাঝাৰৰ চন্দ্ৰপাৰা হাইস্কুল খেলপথাৰত আয়োজিত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮৩ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠনটিৰ বিষয়ববীয়া-সদস্যলৈ আন্তৰিক শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, সূত্ৰধৰসকল বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *