Spread the love

সন্ধানহীন ছাত্ৰৰ সন্ধান বিছাৰি গোৰেশ্বৰ থানাত ৰাইজৰ উত্তাল প্ৰতিবাদ ।

গোৰেশ্বৰ থানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ ,আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ ।

 

 

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ শিঙিমাৰী গাওঁৰ এজন মেধাৱী ছাত্ৰ বিতোপন ৰাজবংশী
নিৰুদ্দেশ হোৱা আজি ৫ দিন হোৱাৰ পিছতো কোনো সন্ধান দিব নোৱাৰা আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেবাটাও দল-সংগঠন আৰু ৰাইজে। মেধাৱী ছাত্ৰ বিতোপন ৰাজবংশীৰ ৫ দিনে কোনো সন্ধান লাভ নকৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ ।

আৰক্ষী প্ৰশাসনে বিষটো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।

কোনো অজ্ঞাত সংগঠনত যোগদান কৰিলে নেকি বিতোপন ৰাজবংশীয়ে। বগামাটিত উদ্ধাৰ হৈছিল বিতোপনৰ দুচকীয়া বাহন।

আজি গোৰেশ্বৰ থানাৰ সন্মুখত পৰিয়ালৰ লোক,শতাধিক ৰাইজ আৰু দল-সংগঠনৰ উত্তাল প্ৰতিবাদ ।

তামুলপুৰ আৰু গোৰেশ্বৰ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক লৈ প্ৰতিবাদমুখৰ প্ৰতিবাদী ৰাইজে।

১২ ঘণ্টাৰ ভিতৰত সন্ধান উলিয়াৱ নোৱাৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *