Spread the love

আজি পৱিত্ৰ ঈদ !
সমগ্ৰ বিশ্বৰ লগতে সৰভোগৰ সাহাপুৰ আকন্দ ঈদ গাহ মৈদানত ঈদৰ নামাজ সম্পূৰ্ণ !
ভভ্ৰাতৃত্ববোধ আৰু ঐক্য নিদৰ্শন দাঙি ধৰা এই উৎসৱ সমূহ প্ৰতি সহ মুছলমান ভাই ভণি সকলে অতি উৎসাহ আৰু আনন্দৰে উদযাপন কৰে। আজি সৰভোগৰ সাহাপুৰৰ আকন্দ ঈদ গাহ ময়দানত ।
ভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বীৰ লোকে ভ্ৰাতৃত্ববোধ বজাই ৰাখি একেলগে অংশগ্ৰহণ কৰে এই ঈদৰ সমূহীয়া নামাজত।
ৰাজ্যৰ ভিন ভিন প্ৰান্তত ঈদৰ উলাহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ।

পৱিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষে সাহপুৰৰ আকন্দ ঈদগাহ মৈয়দানত ঈদৰ সমূহীয়া নামাজ। সহস্ৰাধিক লোকৰ অংশগ্ৰহণ কৰে ঈদৰ নামাজত।
২৯ দিনৰ ৰোজাৰ অন্তত উদযাপন ঈদ । বিশ্বৰ শান্তি, ভাতৃত্ববোধৰ কামনাৰে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা !!


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *